অনুভৱৰ বৃষ্টি

কবিতা কবিতা লিখিলেই বহুতৰেই প্ৰশ্ন ? বিৰহ বেদনা নেকি ? প্ৰেমত পৰিল নেকি ? বহুতে আকৌ পাগলৰ প্ৰসাৰ বুলি ক'ব খোজে নহয় বিৰহ বেদনা নহয় কবিতা , পাগলৰ প্ৰলাপ । কবিতা দেশ জাতি আৰু প্ৰকৃতিৰ প্ৰেম দুখ-বেদনা আৰু দৰিদ্ৰ তাৰ সান্তনা দুৰ্নীতি আৰু শোষণৰ বিৰুদ্ধে ৰণ কবিয়ে শব্দৰ মালা গাঁঠি শ্বহীদক জনাই শ্ৰদ্ধাঞ্জলি দেশপ্ৰেমী আৰু … Continue reading অনুভৱৰ বৃষ্টি

Advertisement